ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : তৰল পদার্থ ্কোনো ঠাইত গোট খোৱা কার্য
ಉದಾಹರಣೆ : পাহাৰত বৰফ জমিছে
ಅರ್ಥ : কোনো এক পদার্থ আন ্পদার্থৰ ওপৰত গভীৰভাৱে বহি যোৱা কার্য
ಉದಾಹರಣೆ : ছাদৰ চিৰিত শেলাই জমিছে
ಅರ್ಥ : ৰখা বা জমা কৰা হোৱা
ಉದಾಹರಣೆ : জমা ধনৰ ব্যৱহাৰ বিপত্তিৰ সময়ত কৰা হয়
ಸಮಾನಾರ್ಥಕ : জমাকৃত
ಅರ್ಥ : ৰাখি থোৱা
ಉದಾಹರಣೆ : দোকানীজনে জমা মালবস্তুবোৰ দুগুণ দামত বেছি আছে
ಅರ್ಥ : একে ঠাইতে গোটোৱা বা একেলগ কৰা
ಉದಾಹರಣೆ : এই বছৰ স্নান-মেলাত একত্রিত হোৱা মানুহৰ মাজত খুউব হুলস্থূল হৈছিল
ಸಮಾನಾರ್ಥಕ : একত্র, একত্রিত
ಸ್ಥಾಪನೆ