ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
ಉದಾಹರಣೆ : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : লাজ, সংকোচ
ಅರ್ಥ : সকলোতকৈ আগত বা ওপৰৰ
ಉದಾಹರಣೆ : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে
ಸಮಾನಾರ್ಥಕ : চূড়ান্ত, শী্র্ষ
ಅರ್ಥ : শেষ সীমা পোৱা
ಉದಾಹರಣೆ : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে
ಸಮಾನಾರ್ಥಕ : অন্তিম, শেষ
ಅರ್ಥ : যি সকলোৰে পিছত হয়
ಉದಾಹರಣೆ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
ಸಮಾನಾರ್ಥಕ : অন্ত, অন্তিম, অন্ত্য, শেষ
ಅರ್ಥ : যাৰ আগত বা অধিক আন কোনো নাই
ಉದಾಹರಣೆ : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে
ಸಮಾನಾರ್ಥಕ : চূড়ান্ত, পৰম
ಸ್ಥಾಪನೆ