ಅರ್ಥ : নব্বৈৰ লগত চাৰি যোগ কৰিলে পোৱা সংখ্যা বিশেষ
ಉದಾಹರಣೆ :
তিৰানব্বৈ আৰু চৌৰানব্বৈৰ মাজত একৰহে পার্থক্য
ಸಮಾನಾರ್ಥಕ : ৯৪
ಅರ್ಥ : নব্বৈ আৰু চাৰি
ಉದಾಹರಣೆ :
এই সন্মিলনখনত দেশ-বিদেশৰ চৌৰান্নব্বৈজন বিদ্বানে অংশগ্রহণ কৰিছে
ಸಮಾನಾರ್ಥಕ : চাৰিকুৰি চৈধ্য