ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চোৱা-চিতা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চোৱা-চিতা   বিশেষ্য

ಅರ್ಥ : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব

ಉದಾಹರಣೆ : ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে

ಸಮಾನಾರ್ಥಕ : তদাৰক-তদবিৰ, দেখা-শুনা

ಅರ್ಥ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য

ಉದಾಹರಣೆ : এই কামটোৰ তদাৰক ৰামে কৰিছে

ಸಮಾನಾರ್ಥಕ : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ

ಅರ್ಥ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য

ಉದಾಹರಣೆ : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত

ಸಮಾನಾರ್ಥಕ : অৱলোকন, দৃষ্টিপাত