ಅರ್ಥ : ঘৰৰ আগফাল, মাজভাগ বা পাছফালে থকা আহল-বহল মুকলি অংশ:লʼৰা-ছোৱালীবোৰে চোতালত খেলি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অংগন, আঙ্গিনা, প্রাঙ্গন, মুক্তাঙ্গন
ಅರ್ಥ : কোনো ভৱন আদিৰ মাজত বা আগফাল বা পিছফালে থকা মুকলি ঠাই বিশেষ
ಉದಾಹರಣೆ :
ছিৰি সাজিবৰ কাৰণে নতুন ভৱনটোত চোতাল ৰাখি থোৱা হৈছে