ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ಉದಾಹರಣೆ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : আনন, গঢ়, ঠগ, বদন, মুখ, ৰূপ
ಅರ್ಥ : কোনো ব্যক্তিৰ চেহেৰাত প্রকট হোৱা ভাৱ
ಉದಾಹರಣೆ : আপোনাৰ চেহেৰাই কয় যে আপুনি খঙত আছে
ಸಮಾನಾರ್ಥಕ : মুখমণ্ডল, মুখাবয়ব
ಸ್ಥಾಪನೆ