ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ಉದಾಹರಣೆ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
ಸಮಾನಾರ್ಥಕ : আত্মা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
ಅರ್ಥ : জীয়াই থকা অৱস্থা
ಉದಾಹರಣೆ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
ಸಮಾನಾರ್ಥಕ : জান, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
ಅರ್ಥ : জ্ঞান আৰু বুদ্ধি
ಉದಾಹರಣೆ : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
ಸಮಾನಾರ್ಥಕ : বিচাৰ-বুদ্ধি, সংজ্ঞা
ಅರ್ಥ : বোধ ওপজা বৃত্তি বা শক্তি
ಉದಾಹರಣೆ : চেতনাই জীয়াই থকাৰ লক্ষণ
ಸಮಾನಾರ್ಥಕ : গমগতি, চম্বিত, জ্ঞান, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ಸ್ಥಾಪನೆ