ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চিৰি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চিৰি   বিশেষ্য

ಅರ್ಥ : এঠাইৰ পৰা আন এঠাইলৈ, বিশেষকৈ তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যাবলৈ স্তৰ থকা পথ

ಉದಾಹರಣೆ : চোৰে চাদত উঠিবলৈ বাঁহৰ খটখটিৰ প্রয়োগ কৰিছিল

ಸಮಾನಾರ್ಥಕ : খটখটি

ಅರ್ಥ : তাচৰ চাৰিটা প্ৰকাৰৰ মাজত এক ধৰণৰ বিশেষ ভাগ যʼত একেলগে কʼলা ৰঙৰ তিনিটা পাত লগ লাগি থাকে

ಉದಾಹರಣೆ : তেওঁ চিৰিতনৰ চাল খেলিছে

ಸಮಾನಾರ್ಥಕ : চিৰিতন

ಅರ್ಥ : এখনৰ পিছত সিখন ভৰি দি ওখ স্থানত উঠা-নমা কৰিবলৈ কৰা এক ব্যৱস্থা

ಉದಾಹರಣೆ : পকী ঘৰৰ চাদৰ ওপৰত উঠিবলৈ খট-খটি বনোৱা হয়

ಸಮಾನಾರ್ಥಕ : খট-খটি