ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চিলাই কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চিলাই কৰা   ক্ৰিয়া

ಅರ್ಥ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

ಉದಾಹರಣೆ : লতাই কুর্তাটোত বুটাম লগাই আছে

ಸಮಾನಾರ್ಥಕ : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা

ಅರ್ಥ : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা

ಉದಾಹರಣೆ : নেহাই ব্লাউজৰ গলা চিলাই কৰিছে

ಅರ್ಥ : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা

ಉದಾಹರಣೆ : দর্জীয়ে কাপোৰ চিলাই কৰে

ಅರ್ಥ : কাপোৰৰ টুকুৰাক সুতা আদিৰ সহায়ত জোৰা লগোৱা কার্য

ಉದಾಹರಣೆ : দর্জীয়ে চোলা চিলাই আছে

ಸಮಾನಾರ್ಥಕ : চিলোৱা, সীওৱা, সীয়ন কৰা