ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
ಉದಾಹರಣೆ : এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
ಸಮಾನಾರ್ಥಕ : ভবা, ভাবি থকা
ಅರ್ಥ : কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা
ಉದಾಹರಣೆ : সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে
ಸಮಾನಾರ್ಥಕ : ভাবি থকা
ಸ್ಥಾಪನೆ