ಅರ್ಥ : বিচাৰ কৰা কার্য ্বা ভাব
ಉದಾಹರಣೆ :
বহুত চিন্তা কৰাৰ পিচত আমি সমস্যাটোৰ সমাধান বিচাৰি উলিয়ালোঁ
ಸಮಾನಾರ್ಥಕ : চিন্তন, চিন্তন-মনন, মনন
ಅರ್ಥ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
ಉದಾಹರಣೆ :
মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
ಸಮಾನಾರ್ಥಕ : উগুল-থুগুল, খুদুৱনি, চিন্তা-ভাৱনা, ভাবনা, ভাবনি, ভাৱনা