ಅರ್ಥ : খুলিব আৰু বন্ধ কৰিব পৰা তলাৰ লগত থকা এক উপকৰণ
ಉದಾಹರಣೆ :
মোৰ তলাৰ চাবিটো হেৰাল
ಸಮಾನಾರ್ಥಕ : চাবি-কাঠি, চাবি-কাঠী, ্ সঁচ্াৰ-কাঠী
ಅರ್ಥ : এনেকুৱা এক প্রকাৰৰ যতন যিটো ঘূৰালে, হেঁচি ধৰিলেহে কোনো কাম আৰম্ভ হয়
ಉದಾಹರಣೆ :
তেওঁ মেচিনটো চলাবৰ কাৰণে চাবি টিপিলে
ಸಮಾನಾರ್ಥಕ : চুইচ