ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ಉದಾಹರಣೆ : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
ಸಮಾನಾರ್ಥಕ : চকা
ಅರ್ಥ : মৌমাখি আদিৰ ঘৰ
ಉದಾಹರಣೆ : এইজোপা গছত মৌমাখিয়ে চাক সাজিছে
ಸಮಾನಾರ್ಥಕ : মৌচাক
ಅರ್ಥ : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
ಉದಾಹರಣೆ : কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে
ಸ್ಥಾಪನೆ