ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চহী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চহী   বিশেষ্য

ಅರ್ಥ : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য

ಉದಾಹರಣೆ : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে

ಸಮಾನಾರ್ಥಕ : নামাংকন, নামাঙ্কন, স্বাক্ষৰ

ಅರ್ಥ : কোনো লেখা আদিক প্রমাণিত কৰিবৰ কাৰণে বা তাৰ উত্তৰ দায়িত্বৰ স্বীকৃতি স্বৰূপে নিজ হাতেৰে লিখা নিজৰ নাম

ಉದಾಹರಣೆ : মোৰ প্রধান শিক্ষকৰ পৰা চৰিত্রৰ প্রমাণ পত্রত চহী কৰাবলৈ আছে

ಸಮಾನಾರ್ಥಕ : হস্তাক্ষৰ