ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কাম চলিত অৱস্থাত ৰখা
ಉದಾಹರಣೆ : তেওঁ মুম্বাইত এখন দোকান চলায়
ಅರ್ಥ : গতিত অনা বা গতিশীল কৰা
ಉದಾಹರಣೆ : তেওঁ বন্ধ হৈ ্থকা যন্ত্রটো চলালে
ಸಮಾನಾರ್ಥಕ : চালিত কৰা, চালু কৰা
ಅರ್ಥ : ব্যৱহাৰ বা আচৰণত অনা
ಉದಾಹರಣೆ : চৰকাৰে দেশৰ উন্নতিৰ প্রতি লক্ষ্য ৰাখি বিশখন বিশেষ আঁচনি চলাইছে
ಸ್ಥಾಪನೆ