ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চমক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চমক   বিশেষ্য

ಅರ್ಥ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা

ಉದಾಹರಣೆ : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল

ಸಮಾನಾರ್ಥಕ : অবাক, আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, বিচূর্ত্তি, বিস্ময়

ಅರ್ಥ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়

ಉದಾಹರಣೆ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে

ಸಮಾನಾರ್ಥಕ : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমৎকাৰ, তবধ, বিস্ময়

ಅರ್ಥ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি

ಉದಾಹರಣೆ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে

ಸಮಾನಾರ್ಥಕ : আভা, উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি