ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ চন্দ্রিমা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

চন্দ্রিমা   বিশেষ্য

ಅರ್ಥ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ

ಉದಾಹರಣೆ : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়

ಸಮಾನಾರ್ಥಕ : ইন্দু, চন্দ্র, চন্দ্রমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ

ಅರ್ಥ : চন্দ্রৰ পৰা বিকিৰিত পোহৰ

ಉದಾಹರಣೆ : জোনাক ৰাতি আকাশখন ধুনীয়া দেখি যেতিয়া আমি ঘৰৰ পৰা ওলাইছিলো আকাশখন পৰিষ্কাৰ আছিল আৰু পৃথিৱীত জোনৰ পোহৰ পৰিছিল

ಸಮಾನಾರ್ಥಕ : কৌমুদী, চন্দ্রকান্তা, চন্দ্রকিৰণ, চন্দ্রকৰ, চন্দ্রজ্যোতি, চন্দ্রপ্রভা, চন্দ্রসুধা, চন্দ্রাংশু, চন্দ্রালোক, চন্দ্রাৱলী, চন্দ্রিকা, চন্দ্রৰশ্মি, জোছনা, জোনাক, জোনালী, জোনৰ পোহৰ, জ্যোৎস্না, জ্যোৎস্নালোক, দীপিকা, শশীকৰ