ಅರ್ಥ : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে
ಉದಾಹರಣೆ :
আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল
ಸಮಾನಾರ್ಥಕ : পহৰা চকী
ಅರ್ಥ : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়
ಉದಾಹರಣೆ :
যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল
ಸಮಾನಾರ್ಥಕ : ডাক-চকী
ಅರ್ಥ : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে
ಉದಾಹರಣೆ :
আমি চকীত দুশটকা দিবলগীয়া হʼল
ಸಮಾನಾರ್ಥಕ : উপশুল্ক সংগ্রহ চকী
ಅರ್ಥ : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন
ಉದಾಹರಣೆ :
দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে
ಸಮಾನಾರ್ಥಕ : মাচিয়া