ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ಉದಾಹರಣೆ : এই ঘৰটোত পাঁচটা কোঠা আছে
ಸಮಾನಾರ್ಥಕ : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-বাৰী, নিলয়, হাউলি
ಅರ್ಥ : নিজৰ সকলো সম্পত্তি
ಉದಾಹರಣೆ : তেওঁ নিজৰ ঘৰ-দুৱাৰ বিক্রী কৰি ইয়াৰ পৰা গুচি গʼল
ಸಮಾನಾರ್ಥಕ : ঘৰ-বাৰী
ಅರ್ಥ : ঘৰৰ কাম-বন
ಉದಾಹರಣೆ : তেওঁৰ মন গৃহস্থীত নাই
ಸಮಾನಾರ್ಥಕ : গৃহস্থী, ঘৰদুৱাৰ, ঘৰবাৰী
ಸ್ಥಾಪನೆ