ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ঘোঁৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ঘোঁৰা   বিশেষ্য

ಅರ್ಥ : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ

ಉದಾಹರಣೆ : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে

ಸಮಾನಾರ್ಥಕ : ট্রিগাৰ, লপলপী

ಅರ್ಥ : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা

ಉದಾಹರಣೆ : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল

ಅರ್ಥ : ঘোঁৰাৰ মতা

ಉದಾಹರಣೆ : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল

ಸಮಾನಾರ್ಥಕ : ঘোটক, মতা ঘোঁৰা

ಅರ್ಥ : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে

ಉದಾಹರಣೆ : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে