ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ঘূৰোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ঘূৰোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

ಉದಾಹರಣೆ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

ಸಮಾನಾರ್ಥಕ : জপোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা

ಅರ್ಥ : প্রবৃত্ত কৰা

ಉದಾಹರಣೆ : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে

ಸಮಾನಾರ್ಥಕ : ঘূৰাই দিয়া

ಅರ್ಥ : চাৰিওফালে ফুৰা

ಉದಾಹರಣೆ : বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে

ಅರ್ಥ : দিশ পৰি্বর্তন ্কৰা

ಉದಾಹರಣೆ : পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে

ಅರ್ಥ : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য

ಉದಾಹರಣೆ : গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা

ಸಮಾನಾರ್ಥಕ : ফুৰোৱা

ಅರ್ಥ : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য

ಉದಾಹರಣೆ : তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে

ಅರ್ಥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : ঘূৰা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

ಅರ್ಥ : বতাহত ইফালে-সিফালে হালি থকা

ಉದಾಹರಣೆ : প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে