ಅರ್ಥ : চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
ಉದಾಹರಣೆ :
টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
ಸಮಾನಾರ್ಥಕ : চকু জাপ খোৱা-, টোপনি, নিদ্রা
ಅರ್ಥ : চকীদাৰে পহৰা দিয়াৰ সময়ত থাকিবৰ কাৰণে সৰুকৈ সজা ঘৰ
ಉದಾಹರಣೆ :
সেই সময়ত গুমটিটোত কোনো নাছিল
ಸಮಾನಾರ್ಥಕ : গুমটি