ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কার্য আদিৰ কাৰণে নি্র্ধাৰিত ঠাই বা যʼত কোনো কাম বিশেষ ৰূপত হয়
ಉದಾಹರಣೆ : নেতাসকলৰ কাৰণে দিল্লী এক ৰাজনৈতিক কেন্দ্র
ಸಮಾನಾರ್ಥಕ : কেন্দ্র, কেন্দ্র স্থান, কেন্দ্রস্থল, কেন্দ্রীয় ঠাই, কেন্দ্রীয় স্থল, কেন্দ্রীয় স্থান
ಅರ್ಥ : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
ಉದಾಹರಣೆ : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : আড্ডা, আড্ডাস্থলী, কেন্দ্র, থল, থলী, স্থল, স্থলী
ಸ್ಥಾಪನೆ