ಅರ್ಥ : নাৰীয়ে ককালত মেৰিয়াই পিন্ধা ঘূৰণীয়া আৰু ভাঁজ দিয়া সাজ
ಉದಾಹರಣೆ :
ঘাঘৰাই ককালৰ পৰা গোৰোহালৈকে ঢাকি ৰাখে
ಸಮಾನಾರ್ಥಕ : ঘাগৰা
ಅರ್ಥ : ঘাগৰা, পায়জামা আদি বান্ধিবৰ কাৰণে সূতাৰে বনাই লোৱা এক ধৰণৰ ৰছী
ಉದಾಹರಣೆ :
ঘাঘড়াত গাঁঠিলগাৰ কাৰণে তাক কাটিবলগীয়া হʼল
ಸಮಾನಾರ್ಥಕ : কমৰবান্ধনি, ঘাঘড়া