ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ব্যৱস্থাৰ অভাৱ
ಉದಾಹರಣೆ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
ಸಮಾನಾರ್ಥಕ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, বিশৃংখলা, হুলস্থূল
ಅರ್ಥ : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
ಉದಾಹರಣೆ : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
ಸಮಾನಾರ್ಥಕ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘোটালা, বিশৃঙ্খলা
ಅರ್ಥ : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ
ಉದಾಹರಣೆ : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে
ಸಮಾನಾರ್ಥಕ : উখল-মাখল, হুলস্থূল
ಸ್ಥಾಪನೆ