ಅರ್ಥ : যিয়ে গৱেষণা বা অন্বেষণ কৰে
ಉದಾಹರಣೆ :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
ಸಮಾನಾರ್ಥಕ : অনুসন্ধানী, অন্বেষক, অন্বেষণকাৰী, গৱেষণা কর্তা
ಅರ್ಥ : গৱেষণা কৰোতা
ಉದಾಹರಣೆ :
এজন গৱেষক ছাত্রই অলপতে পি. এইচ. ডি ডিগ্রী লাভ কৰিছে
ಸಮಾನಾರ್ಥಕ : অনুসন্ধানী, অন্বেষক