ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
ಉದಾಹರಣೆ : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
ಸಮಾನಾರ್ಥಕ : পীড়িত, ব্যথিত
ಅರ್ಥ : আক্রান্ত হোৱা
ಉದಾಹರಣೆ : ৰোগ গ্রস্ত হোৱা স্বত্বেও তেওঁ চিকিৎসা কৰোৱা নাই
ಅರ್ಥ : যাক বা যিহক গ্রাস কৰা হৈছে
ಉದಾಹರಣೆ : ৰাহু আৰু কেতুৰ দ্বাৰা গ্রস্ত জোনটোক দেখা নাই
ಸ್ಥಾಪನೆ