ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে
ಉದಾಹರಣೆ : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে
ಸಮಾನಾರ್ಥಕ : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা
ಅರ್ಥ : ব্যৱস্থাৰ অভাৱ
ಉದಾಹರಣೆ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
ಸಮಾನಾರ್ಥಕ : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল
ಅರ್ಥ : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
ಉದಾಹರಣೆ : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
ಸಮಾನಾರ್ಥಕ : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা
ಅರ್ಥ : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
ಉದಾಹರಣೆ : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
ಸಮಾನಾರ್ಥಕ : উথপথপ, খদমদম, ততাতৈয়া
ಸ್ಥಾಪನೆ