ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু সৰি নষ্ট হোৱা বা গেলিব ধৰা কার্য
ಉದಾಹರಣೆ : পাত আদি পচনৰ ফলত সাৰ হয়
ಸಮಾನಾರ್ಥಕ : পচন, পচা
ಅರ್ಥ : কোনো বস্তু গলি যোৱা আৰু তাৰ পৰা দুর্গন্ধ ওলোৱা বিকাৰ
ಉದಾಹರಣೆ : ফলমূল, শাক-পাচলি আদি সোনকালে গেলি যায়
ಸಮಾನಾರ್ಥಕ : গেলি যোৱা, গেলি-পচি যোৱা
ಅರ್ಥ : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
ಉದಾಹರಣೆ : পাচিত ৰখা ফলবোৰ গেলিছে
ಸಮಾನಾರ್ಥಕ : টেঙা হোৱা, পঁ্চা
ಅರ್ಥ : যিটো নষ্ট হৈ গৈছে
ಉದಾಹರಣೆ : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া
ಸಮಾನಾರ್ಥಕ : বেয়া
ಅರ್ಥ : পুঁজেৰে ভৰি থকা
ಉದಾಹರಣೆ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
ಸಮಾನಾರ್ಥಕ : পকা
ಸ್ಥಾಪನೆ