ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ গেছ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

গেছ   বিশেষ্য

ಅರ್ಥ : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ

ಉದಾಹರಣೆ : চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়

ಸಮಾನಾರ್ಥಕ : ৰন্ধন গেছ

ಅರ್ಥ : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু

ಉದಾಹರಣೆ : পেটত অধিক অম্লতাৰ বাবে গেছ হয়

ಅರ್ಥ : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়

ಉದಾಹರಣೆ : বায়ু গেছৰ মিশ্রণ

ಅರ್ಥ : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ

ಉದಾಹರಣೆ : গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়