ಅರ್ಥ : যি ব্যক্তি গৃহস্থাশ্রমত থাকে
ಉದಾಹರಣೆ :
গৃহস্থই গৃহস্থ ধর্ম ্পালন কৰিব লাগে
ಸಮಾನಾರ್ಥಕ : গৃহস্থ আশ্রমী, গৃহস্থাশ্রমী
ಅರ್ಥ : ঘৰৰ মূল মানুহ
ಉದಾಹರಣೆ :
গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
ಸಮಾನಾರ್ಥಕ : গৃহপতি, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী, মালিক