ಅರ್ಥ : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
ಉದಾಹರಣೆ :
আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
ಸಮಾನಾರ್ಥಕ : ওজন, মহত্ত্বপূর্ণ
ಅರ್ಥ : যাৰ কোনো বিশেষ মহত্ত্ব আছে বা যাৰ উপযোগিতা আদি গ্রহণযোগ্য আৰু যাৰ আন কথাৰ ওপৰত প্রভাৱ পৰে
ಉದಾಹರಣೆ :
আজিৰ আলোচনা সভাত সমাজৰ বিকাশ সম্বন্ধীয় গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : অর্থপূর্ণ, মহত্ত্বপূর্ণ