ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো পদার্থ আদিৰ ভগা বা পিচা সূক্ষ্ম টুকুৰা
ಉದಾಹರಣೆ : নিমগছৰ পাত শুকুৱাই তাৰ গুড়ি তৈয়াৰ কৰি ্ ঘাঁ আদিত লগোৱা হয়
ಸಮಾನಾರ್ಥಕ : গুড়ি, চূর্ণ, ্ পাউদাৰ
ಅರ್ಥ : কোনো বস্তু খান্দিলে বা কাটিলে ওলোৱা অৱশিষ্ট অংশ বা চূর্ণ
ಉದಾಹರಣೆ : কাঠৰ গুৰিবোৰ চৌকাত জুই লগোৱাৰ কামত আহে
ಅರ್ಥ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
ಉದಾಹರಣೆ : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
ಸಮಾನಾರ್ಥಕ : উঁহ, বুনিয়াদ, ভেটি
ಸ್ಥಾಪನೆ