ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ গা-ধোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

গা-ধোৱা   বিশেষ্য

ಅರ್ಥ : নিকা বা শীতল কৰিবৰ কাৰণে গোটেই শৰীৰটো পানীৰে ধোৱা কার্য

ಉದಾಹರಣೆ : সাধুলোকে স্নানৰ পাচত পূজা পাঠ কৰে

ಸಮಾನಾರ್ಥಕ : জল-স্নান, স্নান

গা-ধোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য

ಉದಾಹರಣೆ : তুমিচোন ঘামেৰে গা-ধুই পেলালা

ಅರ್ಥ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য

ಉದಾಹರಣೆ : ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে

ಸಮಾನಾರ್ಥಕ : প্রক্ষালন কৰা, স্নান কৰা

গা-ধোৱা   বিশেষণ

ಅರ್ಥ : যিজনে স্নান কৰিছে

ಉದಾಹರಣೆ : গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল

ಸಮಾನಾರ್ಥಕ : স্নাত