ಅರ್ಥ : যি গান্ধীবাদক মানে বা গান্ধীবাদ অনুযায়ী
ಉದಾಹರಣೆ :
গান্ধীবাদীসকলৰ তালিকাত ডাঙৰ ডাঙৰ নেতা জড়িত হৈ আছে
ಅರ್ಥ : গান্ধীবাদৰ সৈতে সম্বন্ধিত
ಉದಾಹರಣೆ :
নি্র্বাচনৰ সময়ত নেতাজনে গান্ধীবাদী নীতি আদর্শৰ ্পোষকতা কৰা দেখা গʼল
ಅರ್ಥ : যিয়ে গান্ধীবাদক মানি চলে
ಉದಾಹರಣೆ :
লাল বাহাদুৰ শাস্ত্রী এজন গান্ধীবাদী নেতা আছিল