ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গাঢ় কৰা
ಉದಾಹರಣೆ : গাখীৰখিনি আৰু অধিক ডাঠ কৰা
ಸಮಾನಾರ್ಥಕ : ডাঠ কৰা
ಅರ್ಥ : যিটো গভীৰ ৰং যুক্ত
ಉದಾಹರಣೆ : নৌ-সেনাৰ পোছাকযোৰ গাঢ় নীলা ৰঙৰ
ಅರ್ಥ : বহুত ভাল ধৰণৰ
ಉದಾಹರಣೆ : তেওঁ গভীৰ টোপনি মাৰি আছিল
ಸಮಾನಾರ್ಥಕ : গভীৰ
ಅರ್ಥ : বহুত ওচৰৰ বা বহুত কাষৰ
ಉದಾಹರಣೆ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
ಸಮಾನಾರ್ಥಕ : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
ಅರ್ಥ : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম
ಉದಾಹರಣೆ : গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : গোটা
ಸ್ಥಾಪನೆ