ಅರ್ಥ : গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ
ಉದಾಹರಣೆ :
ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল
ಅರ್ಥ : শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস
ಉದಾಹರಣೆ :
কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়