ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ গাইড ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

গাইড   বিশেষ্য

ಅರ್ಥ : পৰীক্ষাৰ দৃষ্টিভঙ্গীৰে প্রস্তুত কৰা এক ধৰণৰ সহায়িকা কিতাপ যি অন্য কোনা পাঠ্যপুথিৰ কিতাপত দিয়া পঠন সামগ্রী, প্রশ্ন আদিৰ ব্যাখ্যা দাঙি ধৰে

ಉದಾಹರಣೆ : আজিকালি বেছিভাগ ছাত্র-ছাত্রীয়ে কেৱল সহায়িকা পঢ়ি পৰীক্ষা দিবলৈ বিচাৰে

ಸಮಾನಾರ್ಥಕ : সহায়িকা

ಅರ್ಥ : কোন পর্যটনস্থলীত সেই স্থলীৰ সৈতে জড়িত তথ্যৰ সম্ভেদ দিওতা ব্যক্তি

ಉದಾಹರಣೆ : গাইডে পর্যটন স্থলীৰ বিষয়ে বহুতো মূল্যৱান কথা কৈছিল

ಸಮಾನಾರ್ಥಕ : টুৰিষ্ট গাইড

ಅರ್ಥ : আনুষ্ঠানিকভাৱে স্বীকৃত উচ্চ শিক্ষাৰ (গৱেষণা কার্য)-ৰ দিকনির্দেশ ্কৰাৰ বাবে নিযুক্ত ব্যক্তি

ಉದಾಹರಣೆ : অধ্যাপক পুষ্পকদেৱ ভালেসংখ্যক গৱেষক ছাত্রৰ গাইড