ಅರ್ಥ : বস্তিৰ ঠেক ৰাস্তা বা দুয়োফালে ঘৰ আদি থকা ৰাস্তা
ಉದಾಹರಣೆ :
বাৰানসী গলিৰে ভৰা চহৰ
ಸಮಾನಾರ್ಥಕ : লুংলুঙীয়া বাট, সুৰুকীয়া বাট
ಅರ್ಥ : গলিৰ নিচিনা সৰু ঠেক ৰাস্তা
ಉದಾಹರಣೆ :
আমি ৰাজমহলত এটা গলিয়েদি প্রৱেশ কৰিলোঁ
ಸಮಾನಾರ್ಥಕ : অলি-গলি, গলি ৰাস্তা, সৰফলা