ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ গলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

গলা   বিশেষ্য

ಅರ್ಥ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

ಉದಾಹರಣೆ : তেওঁৰ ্ মাতটো বৰ মিঠা

ಸಮಾನಾರ್ಥಕ : কণ্ঠ, বোল, মাত, স্বৰ

ಅರ್ಥ : মূৰটোক ধৰি ৰখা দেহৰ অংগ:জিৰাফৰ ডিঙি বৰ দীঘল

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : কণ্ঠদেশ, গল, গ্রীৱাদেশ, টেঁটু, ডিঙি, নেলু

ಅರ್ಥ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী

ಉದಾಹರಣೆ : তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে

ಸಮಾನಾರ್ಥಕ : কলাৰ

ಅರ್ಥ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

ಉದಾಹರಣೆ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

ಸಮಾನಾರ್ಥಕ : কণ্ঠ

ಅರ್ಥ : গলি থকা এক অৱস্থা

ಉದಾಹರಣೆ : বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়

ಅರ್ಥ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

ಉದಾಹರಣೆ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

ಸಮಾನಾರ್ಥಕ : কণ্ঠ, গল

গলা   ক্ৰিয়া

ಅರ್ಥ : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা

ಉದಾಹರಣೆ : বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়

ಸಮಾನಾರ್ಥಕ : গলি যোৱা