ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ডাঙৰ শ্্ব্দ কৰা কার্য
ಉದಾಹರಣೆ : মেঘৰ গর্জন আৰু বিজুলীৰ চমকনিৰ সৈতে ভয়ংকৰ বৰষুণ দিছে
ಸಮಾನಾರ್ಥಕ : গাজনি, ঢেৰেকনি
ಅರ್ಥ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
ಉದಾಹರಣೆ : ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : হুংকাৰ
ಅರ್ಥ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
ಉದಾಹರಣೆ : বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
ಸಮಾನಾರ್ಥಕ : গোজৰ
ಸ್ಥಾಪನೆ