ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সজা বা সজোৱা ভাব
ಉದಾಹರಣೆ : তেওঁৰ শৰীৰৰ গঠন আটিল
ಸಮಾನಾರ್ಥಕ : গাঁথনি
ಅರ್ಥ : অনেক অৱয়বযুক্ত ৰচনা
ಉದಾಹರಣೆ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
ಸಮಾನಾರ್ಥಕ : ৰচনা
ಅರ್ಥ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ
ಅರ್ಥ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
ಉದಾಹರಣೆ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
ಸಮಾನಾರ್ಥಕ : প্রতিষ্ঠা, স্থাপনা
ಅರ್ಥ : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
ಉದಾಹರಣೆ : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
ಸಮಾನಾರ್ಥಕ : বেহু
ಸ್ಥಾಪನೆ