ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
ಉದಾಹರಣೆ : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
ಸಮಾನಾರ್ಥಕ : খুঁটি, গোঁজ
ಅರ್ಥ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
ಉದಾಹರಣೆ : ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
ಸಮಾನಾರ್ಥಕ : গোঁজ
ಅರ್ಥ : ধাতুৰে তৈয়াৰী শাল বা খিলা
ಉದಾಹರಣೆ : তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে
ಸ್ಥಾಪನೆ