ಅರ್ಥ : আকাশক চুব পৰাৰ সমান ওখ
ಉದಾಹರಣೆ :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
ಸಮಾನಾರ್ಥಕ : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
ಅರ್ಥ : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
ಉದಾಹರಣೆ :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
ಸಮಾನಾರ್ಥಕ : আকাশভেদী