ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ খোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

খোৱা   বিশেষ্য

ಅರ್ಥ : খোৱা কার্য

ಉದಾಹರಣೆ : আমি জংঘলত বাঘে কুকুৰ এটা ভক্ষণ কৰি থকা দেখিলোঁ

ಸಮಾನಾರ್ಥಕ : ভক্ষণ

খোৱা   ক্ৰিয়া

ಅರ್ಥ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য

ಉದಾಹರಣೆ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে

ಸಮಾನಾರ್ಥಕ : আহাৰ কৰা, গিলা, ভক্ষণ কৰা, ভোজন কৰা

ಅರ್ಥ : মদ সেৱন কৰা

ಉದಾಹರಣೆ : উৎসৱৰ দিনাখনো তেওঁ ্খায়

ಸಮಾನಾರ್ಥಕ : গিলা, পান কৰা

ಅರ್ಥ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

ಉದಾಹರಣೆ : এই গাড়ীখনে বহুত পেট্রʼল খায়

ಸಮಾನಾರ್ಥಕ : লোৱা

ಅರ್ಥ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা

ಉದಾಹರಣೆ : সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে

ಸಮಾನಾರ್ಥಕ : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা

ಅರ್ಥ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা

ಉದಾಹರಣೆ : বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে

ಅರ್ಥ : কথা আদিৰে অশান্তি কৰি থকা

ಉದಾಹರಣೆ : আজি সি মোৰ মূৰ খাই দিছে

ಸಮಾನಾರ್ಥಕ : চোবোৱা

ಅರ್ಥ : বাহি থোৱা ভোজন গ্রহণ কৰা

ಉದಾಹರಣೆ : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল

ಸಮಾನಾರ್ಥಕ : ভোজন কৰা

ಅರ್ಥ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা

ಉದಾಹರಣೆ : তেওঁ মর্টন ্চোৱাই আছে

ಸಮಾನಾರ್ಥಕ : চোৱোৱা

ಅರ್ಥ : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

ಉದಾಹರಣೆ : বৰষুণত লোহা মামৰে খায়

ಸಮಾನಾರ್ಥಕ : ধৰা

ಅರ್ಥ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

ಉದಾಹರಣೆ : অহংকাৰে মানুহক বর্বাদ কৰে

ಸಮಾನಾರ್ಥಕ : নষ্ট কৰা, বর্বাদ কৰা