ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চলাচল কৰা ঢং
ಉದಾಹರಣೆ : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে
ಸಮಾನಾರ್ಥಕ : খোজ-কাটল
ಅರ್ಥ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ಉದಾಹರಣೆ : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
ಸಮಾನಾರ್ಥಕ : কদম
ಅರ್ಥ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ಉದಾಹರಣೆ : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
ಅರ್ಥ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
ಉದಾಹರಣೆ : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
ಸಮಾನಾರ್ಥಕ : আৱিষ্কাৰ, সন্ধান
ಸ್ಥಾಪನೆ