ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কোণ, কোণা, খোহ, চুক
ಅರ್ಥ : চাৰিওফালে বেৰ আদিৰে আৱৰি ৰখা ঘৰৰ সৰু অংশ:মোৰ কোঠাটো দুই নম্বৰ পথৰ সমীপতে আছে
ಸಮಾನಾರ್ಥಕ : কক্ষ, কামৰা, কুঠলি, কুঠৰী, কেবিন, কোঠা, কোঠালি, খোটালি, ৰূম
ಸ್ಥಾಪನೆ