ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
ಉದಾಹರಣೆ : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
ಸಮಾನಾರ್ಥಕ : গজাল, গোঁজ
ಅರ್ಥ : সৰু আৰু চুটি খুঁ্টা
ಉದಾಹರಣೆ : ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
ಅರ್ಥ : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
ಉದಾಹರಣೆ : সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
ಸಮಾನಾರ್ಥಕ : নাও খুঁটি
ಸ್ಥಾಪನೆ