ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাকো উপেক্ষিত নকৰা ভাব
ಉದಾಹರಣೆ : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
ಸಮಾನಾರ್ಥಕ : ধ্যান, মনোযোগ
ಅರ್ಥ : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
ಉದಾಹರಣೆ : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
ಸಮಾನಾರ್ಥಕ : স্মৃতি, স্মৰণ
ಅರ್ಥ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
ಉದಾಹರಣೆ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
ಸಮಾನಾರ್ಥಕ : খেয়াল, ভাব, ভাবনা, মনোভাব
ಅರ್ಥ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
ಉದಾಹರಣೆ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
ಸಮಾನಾರ್ಥಕ : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
ಅರ್ಥ : মনত উদয় হোৱা কথা
ಉದಾಹರಣೆ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
ಸಮಾನಾರ್ಥಕ : খেয়াল, বিচাৰ, মত
ಸ್ಥಾಪನೆ