ಅರ್ಥ : কোনো কিল্লাৰ চাৰিওফালে নিৰাপত্তাৰ কাৰণে খন্দা আহল-বহল দ গাঁত বিশেষ
ಉದಾಹರಣೆ :
এই কিল্লাটোৰ চাৰিওফালে খাৱৈ খন্দাৰ কাম চলি আছে
ಅರ್ಥ : নদী আদিৰ ওচৰে-পাজৰে থকা পানীৰ তুলনাত থকা বেছি দ অংশ
ಉದಾಹರಣೆ :
মোহন খাৱৈত ডুবিল